Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Nsui
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh

নলবাৰী: চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জন্ম জয়ন্তী উপলক্ষে জিলা পৰ্যায়ৰ পদযাত্ৰা সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

Nalbari, Nalbari | Nov 1, 2025
চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আয়োজিত জিলা পৰ্যায়ৰ পদযাত্ৰা কাৰ্যসূচী সন্দৰ্ভত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ সংবাদমেল,ভাৰতৰ লৌহ মানৱ হিচাবে খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উদযাপন উপলক্ষে দেশৰ প্ৰতিখন ৰাজ্য তথা জিলাতে পদযাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে আৰু এনে কাৰ্য্যসূচী জিলা সমূহত অহা ২৫ নৱেম্বৰ লৈকে অব্যাহত থাকিব।

MORE NEWS