বকো: তাৰাবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
Boko, Kamrup | Nov 30, 2025 নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত তাৰাবাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক BJPৰ ST মৰ্চাৰ উপ-সভাপতি ৰাজু মেছ