ধুবুৰী ভাগ: গোলকগঞ্জত গণ ডেপুটেশ্বন আৰু বৃহৎ বিক্ষোভ কাৰ্য্যসূচী
গোলকগঞ্জত কামতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ KSDC ৰ উদ্যোগত বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী।কোঁচ-ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ। কামতাপুৰী (ৰাজবংশী)ভাষাৰ সাংবিধানিক স্বীকৃতি।কামতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন আদি দাবি সমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী।