মৰিগাঁও: মৰিগাঁৱৰ বিভিন্ন ঠাইত বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত উলহ মালহেৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা
মৰিগাঁৱৰ বিভিন্ন ঠাইত বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত উলহ মালহেৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা।বুধবাৰে বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা৷ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা৷ব্যতিক্ৰম নহয় মৰিগাঁও জিলা ।জিলা খনৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালভাৱে জাগীৰোড বিদ্যুৎ পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হয় বিশ্বকৰ্মা পূজা৷এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে বিদ্যুৎ পৰিষদৰ কাৰ্যালয়