ওদালগুৰিৰ শৈক্ষিকখণ্ডলৈ অতি ভাল খবৰ। আপোনাৰ সন্তানটিক মানৱ সম্পদৰূপে গঢ় দিবলৈ ওদালগুৰিত মুকলি হ'ল SIP ABACUS । বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য ৰিহণ দৈমাৰীয়ে মুকলি কৰে প্ৰতিষ্ঠানটো। এতিয়া আৰু আপোনাৰ কণমানি সন্তানটিৰ ভৱিষ্যতলৈ চিন্তা নাই। উদ্ধোধনৰ পূৰ্বেই SIP ABACUS লৈ অভিভাৱকৰ ব্যাপক সহাৰি । নিজৰ শিশুটিৰ নামভৰ্তিৰ বাবে দ্ৰুত গতিত সংগ্ৰহ কৰা হৈছে Admission Form। অধিক জানিবলৈ যোগাযোগ কৰক Centre Head ভাগ্যশ্ৰী দেৱনাথক । ফোন নং - 7002656240
Udalguri, Udalguri | Aug 24, 2026