মহাবিদ্যালয় খনৰ গণিত বিভাগৰ দুই মুৰব্বী অধ্যাপক সাহজাহান হুছেইন সৰকাৰ আৰু সহকাৰী অধ্যাপক ফাহিম ছায়েদৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি পৰিণীতা ৰয় নামৰ বি এছ চি প্ৰথম সন্মাসিকৰ ছাত্ৰী এগৰাকীয়ে এবিভিপিৰ সহযোগত কৰিছে প্ৰতিবাদ। ছাত্ৰী গৰাকীক এবিভিপি এৰাৰ ভাবুকি দিয়াৰ লগতে ছাত্ৰী গৰাকীৰ আৰ্থিক দুৰৱস্থাক লৈও অধ্যাপকে তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা সোমাবাৰৰ প