Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

চাপৰ ভাগ: চাপৰ বহলপুৰ BJP ৰ মন্ডল কাৰ্যালয়ত নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ উপলক্ষে প্ৰতিচ্ছবিত মাল্য অৰ্পন কাৰ্যসূচী

Chapar Part, Dhubri | Jan 23, 2025
বৃহস্পতিবাৰে দুপেৰীয়া ১২বজাত ধুবুৰীৰ জিলাৰ চাপৰ বহলপুৰ BJP ৰ মন্ডল কাৰ্যালয়ত স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মজয়ন্তীৰ উপলক্ষে প্ৰতিচ্ছবিত মাল্য অৰ্পন কাৰ্যসূচী আয়োজন কৰে । উল্লেখ্য যে ভাৰত মাতৃৰ সুযোগ্য সন্তান নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৮তম্ জন্মজয়ন্তী উপলক্ষে "নেতাজী সুভাষচন্দ্ৰ বসু জন্মজয়ন্তীৰ উপলক্ষে প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰে ।