ধুবুৰী ভাগ: চহৰত সদৌ অসম সাংবাদিক মঞ্চ সহ ১১ টা জাতীয় সংগঠনে হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ শ্রদ্ধাঞ্জলি জনাই
ধুবুৰী সাহিত্য সভা, সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থা,সদৌ ধুবুৰী জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা,,সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ধুবুৰী,দেশী জনগোষ্ঠীয় মঞ্চ ধুবুৰী টাউন আঞ্চলিক, সদৌ দেশী জাতীয় পৰিষদ ধুবুৰী, শিল্পী সমাজ, ধুবুৰী লেখিকা সমাজ,জ্যেষ্ঠ নাগৰিক সন্মিলন,AJYCP,এছ,পি,চি এ( SPCA)ৰ সহযোগত আৰু ৰাইজৰ উপস্থিতিত যাদুকৰী কণ্ঠৰ অধিকাৰী, আমাৰ হিয়াৰ আমঠু জুবিন