নলবাৰী জিলা বিজেপি কাৰ্যালয়ত নলবাৰী টাউন মণ্ডলৰ আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান কৰ্মশালা সম্পন্ন।বুধবাৰে বিয়লি প্ৰায় পাঁচ বাজি ৩০ মিনিটত নলবাৰী জিলা বিজেপি কাৰ্যালয়ত নলবাৰী টাউন মণ্ডলৰ আত্মনিৰ্ভৰ ভাৰত সংকল্প অভিযান শীৰ্ষক কৰ্মশালা সম্পন্ন হয়। উক্ত কৰ্মশালাত সভাপতিত্ব কৰে নলবাৰী টাউন মণ্ডলৰ সভাপতি অঞ্জন ডেকা। কৰ্মশালাত উপস্থিত থাকি জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই "Vocal For Local"সৰ্বস্তৰত প্ৰসাৰৰ আহ্বান জনায়।