বৰমা ভাগ: বৰপেটাৰোডৰ দিলীপ চিনেমা হ'লত জুবিন অনুৰাগীয়ে উপভোগ কৰিলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি
বৰপেটাৰোডৰ দিলীপ চিনেমা হ'লত জুবিন অনুৰাগীয়ে উপভোগ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে ছিনেমাখন চাই কান্দোনত ভাঙি পৰিল জুবিন অনুৰাগী।জুবিন গাৰ্গৰ ন্যায়ৰ দাবী উত্থাপন কৰে অনুৰাগীৰ।চিনেমাখনৰ শুভমুক্তিৰ প্ৰথম দৰ্শনীৰ পূৰ্বে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি চিনেমা হল কৰ্তৃপক্ষৰ লগতে জুবিন অনুৰাগীৰ৷ দিলপ চিনেমা হলত প্ৰতিদিনে চাৰিটাকৈ দৰ্শনীত প্ৰদৰ্শন কৰা হব জুবিন গাৰ্গৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালৈ।পুৱা ১১ বজাত, দুপৰীয়া ২ বজাত, সন্ধিয়া ৫ আৰু ৭ বজাত ৷