Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: নাওকাটাত বিজেপিৰ কাৰ্গিল বিজয় দিৱস উপলক্ষে জোৰ সমদল

Goreswar Part, Baksa | Jul 26, 2025
শনিবাৰে সন্ধিয়া ৭-৩০ মান বজাত তামুলপুৰ জিলা বিজেপিৰ উদ্যোগত জোৰ সমদল।কাৰ্গিল বিজয় দিৱস উপলক্ষে নাওকাটা চ'ক বজাৰত উলিয়াই বিজেপি দলে যোৰ সমদল।সমদলত উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস আৰু বিটিআৰৰ মনোনীত পাৰিষদ হেমন্ত ৰাভাই।কাৰ্গিল যুদ্ধত প্ৰাণ দিয়া বীৰ সকলৰ পৱিত্ৰ স্মৃতিত গ্ৰহণ কৰা কাৰ্যসুচীত বিজেপি দলৰ বহু কাৰ্যকৰ্তাই অংশ লয়।ি

MORE NEWS

গোৰেশ্বৰ ভাগ: নাওকাটাত বিজেপিৰ কাৰ্গিল বিজয় দিৱস উপলক্ষে জোৰ সমদল - Goreswar Part News