মানকাচৰ: ফকিৰগঞ্জ সোনাই বিলেৰ বান্ধৰ প্ৰতিৰোধৰ বাবে জিঅ বেগ ভৰাই কাম কৰিলে স্হানীয় ৰাইজে
ৰবিবাৰে দিনৰ 4 বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ সোনাই বিলেৰ বান্ধৰ প্ৰতিৰোধৰ বাবে জিঅ বেগ ভৰাই কাম কৰিলে স্হানীয় ৰাইজে । উল্লেখ্য যে যোৱা কেইদিন ধৰি ফকিৰগঞ্জ সোনাই বিলেৰ বান্ধৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ কাম বন্ধ আছে ।আজি ধাৰাষাৰ বৰষুণৰ বাবে ফকিৰগঞ্জ সোনাই বিলেৰ বান্ধৰ যাতে খহনীয়াৰ নহয় তাৰ বাবে ফকিৰগঞ্জ অঞ্চলৰ স্হানীয় ৰাইজে নাওঁ দি চৰ্ত গৈ জিঅ বেগ ভৰাই আনে।