ধিং: public appৰ বাতৰিৰ পিছতেই সবিশাক্ত পোকৰ সন্ত্ৰাসৰ বাবে ধিঙৰ আঠগাওঁ প্ৰগতি পুথিভঁৰালত স্বাস্থ্য শিবিৰ অনুষ্ঠিত।
Dhing, Nagaon | Nov 30, 2024 public appৰ বাতৰিৰ পিছতেই তৎপৰ স্বাস্থ্য বিভাগ।শনিবাৰে দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিটত ধিঙৰ আঠগাওঁ প্ৰগতি পুথিভঁৰালত স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মী উপস্থিত হৈ অনুষ্ঠিত কৰে স্বাস্থ্য শিবিৰ।সন্ত্ৰাসৰ সৃষ্টি কৰা বিশাক্ত পোকে দংশন কৰা লোক সকলক কৰা হব স্বাস্থ্য পৰীক্ষা।এই পোকবিধ গাহৰি নাই বা বন্য প্ৰানীৰ পৰা আহা বুলি চিকিৎসকে সন্দেহ কৰিছে।