Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
बिहार
कांग्रेस
मौत
बीजेपी
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी

তিনিচুকীয়া: দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি সদৰত নতুন বছৰ আদৰাৰ এই সন্ধিক্ষণত জিলা পৰিবহন বিষয়াৰ কেতবোৰ নিয়ম মানি চলাৰ আহ্বান

Tinsukia, Tinsukia | Nov 27, 2025
দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত তিনিচুকীয়াত জিলা বাসীলৈ বিয়া , নতুন বছৰ আদৰাৰ এই সন্ধিক্ষণত পথ সুৰক্ষাক লৈ জিলা পৰিবহন বিষয়া কানাই মহন্তৰ কেতবোৰ ব্যৱস্থা তথা নিয়ম মানি চলাৰ আহ্বান । পৰাপক্ষত ৰাতি দূৰনি বটিয়া যাত্ৰা পৰিহাৰ কৰা ,পিকনিক খাবলৈ গলেও যাতে নিশা হলে ঘূৰি নাহে , বিবাহৰ যাত্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত বাহনৰ চালকগৰাকী কোনো ধৰণৰ মাদক দ্ৰৱ্য সেৱন কৰাৰ পৰা বিৰত থকাৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান ।