ধুবুৰী হাজাৰীগাৱঁ অঞ্চলত দীৰ্ঘদিন ধৰি ভূমি সীমাক কেন্দ্ৰ কৰি পুনৰ যোৱা নিশা মাৰপিটৰ ঘটনা সংঘটিত হয়। পুৰ্বতে ঘটনা সন্দৰ্ভত ৮ জনৰ বিৰুদ্ধে ধুবুৰী বজাৰ নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিওঁ ন্যায় নোপোৱাৰ অভিযোগ ভুক্তভোগীৰ। সংবাদ মাধ্যমৰ সন্মুখত অভিযোগ দিয়া অনুসৰি ধুবুৰী হাজাৰীগাৱঁ অঞ্চলৰ বাসিন্দা ছমিৰ হুছেইনৰ ভূমিৰ সীমাৰ ওপৰেদি ঘৰ নিৰ্মাণ কৰাৰ অভিযোগ ইয়া