ধেমাজি: ডিমৌত সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলা সদৰত বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিবাদী সভা
ডিমৌত কালি সংঘটিত হোৱা সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত জিলা সদৰত বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিবাদী সভা ।যোৱা শুকুৰবাৰে ডিমৌত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আক্ৰমণ কৰাৰ সন্দৰ্ভত ধেমাজি প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।ধেমাজি জিলা খনত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে ধেমাজি প্ৰেছ ক্লাৱৰ উদ্যোগত ধেমাজি জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ।