গোৰেশ্বৰ ভাগ: নাওকাটাত বিপিএফৰ যোগদান সভাত শতাধিকৰ যোগদান,উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন ইএম গনেশ কছাৰীয়ে
সোমবাৰে নিশা ৯-৩০ মান বজাত নাওকাটাৰ শুক্লাইত অনুষ্ঠিত হয় বিপিএফ দলৰ যোগদান সভা।সভাত বিটিচিৰ প্ৰাক্তন ইএম গনেশ কছাৰীৰ উপস্থিতিত শতাধিকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে।সভাত বিপিএফ কেবাজনো নেতাৰ উপৰিও বহুলোক উপস্থিত থাকে।