Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত চোকা অস্ত্ৰ আক্ৰমণত মহিলাৰ মৃত্যু,হত্যাকাৰীৰ আৰক্ষী থানাত আত্মসমৰ্পণ

Goreswar Part, Baksa | Aug 29, 2025
শুকুৰবাৰে আবেলি ৫ মান বজাত গোৰেশ্বৰৰ বেঙেনাআটিত সংঘটিত হয় এক নৃসংশ হত্যাকাণ্ড।পাৰিবাৰিক সংঘাটৰ ফলতে ভাই শহুৰৰ চোকা অস্ত্ৰ আক্ৰমণত ঘটনাস্থলিতে মৃত্যু হয় ডলি ডেকা নামৰ মহিলাগৰাকীৰ।আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ আনে।ঘটনা সংঘটিত কৰি পলায়ণ কৰা হত্যাকাৰী ভাৰ্গৱ ডেকাই পৰৱৰ্তী কিছু সময় পিছতে গোৰেশ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।ইয়াকেলৈ অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি হয়।

MORE NEWS