Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

পূব ডিব্ৰুগড়: বৰবাৰী আৰক্ষী চকীত ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা উৰিষ্যাৰ আচামীৰ, উৰিষ্যা আৰক্ষীয়ে আটক কৰি ৰাখি থৈছিল বৰবাৰী আৰক্ষীত

আজি মঙ্গলবাৰে দিনৰ ২ বজাত ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আৰক্ষী উপস্থিত থকাৰ অৱস্থাতেই ডিঙি ৰেপি আত্মহত্যাৰ চেষ্টা চলাই প্ৰশান্ত পাল নামৰ এজন ব‍্যক্তিয়ে। বৃহৎ ধনৰ লেনদেনৰ অভিযোগত উৰিষ্যাৰ আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়ৰ বৰবাৰী আৰক্ষী চকীত ৰাখোতেই সংঘটিত কৰে এই ঘটনা। সম্প্ৰতি আহত ব‍্যক্তি জনক AMCH লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

MORE NEWS