Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

তামুলপুৰ: পাহাৰপুৰত বন্যহস্তীৰ উপদ্ৰৱ, বিদ্যালয় গৃহ কৰে লণ্ডভণ্ড

Tamulpur, Baksa | Jul 31, 2025
তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তবৰ্তী অঞ্চলত আছে বন্যহস্তীৰ উপদ্ৰপ।যোৱষ নিশা পাহাৰপুৰ এমই স্কুলত কৰে বন্যহস্তীয়ে উপদ্ৰপ।ভাগি লণ্ডভণ্ড কৰে বিদ্যালয় গৃহ।বৃহস্পতিবাৰে দিনৰ ১১ মান বজাত বিদ্যালয়খনৰ শিক্ষকে কৰে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে অঞ্চলটোত দিৰ্ঘদিনৰ পৰা অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰপ।যোৱা নিশা অহা বন্যহস্তীয়ে বিদ্যালয়খনৰ কৰে বিস্তৰ ক্ষতি সাধন।ইতিমধ্য বন বিভাগৰ লোক উপস্থিত হয় ঘটনাস্থলিত।

MORE NEWS