মানকাচৰ: জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ বৈঠক গুৰুত্বপূৰ্ণ বৈঠক, উপস্থিত জিলা আয়ুক্ত
মঙলবাৰে দিনৰ আনুমানিক ১২ বজাত দক্ষিণ শালমাৰা মানকাছৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ।উক্ত বৈঠকত উপস্থিত আছিল জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত বৰা লগতে উপস্থিত আছিল জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়।আজিৰ সভাত জিলাখনত চলি থকা উন্নয়নমূলক কাম-কাজক লৈ বৈঠক হয়।