ৰাষ্ট্ৰীয় গীত "বন্দেমাতৰম" সৃষ্টিৰ ১৫০ বৰ্ষ পূৰ্ণ উপলক্ষে আজি আজি গৌৰীপুৰ মণ্ডলৰ উদ্যোগত “বন্দে মাতৰম” গীত পৰিৱেশন কাৰ্যসূচীৰ প্ৰস্তুতি বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগন্তুক অনুষ্ঠান সফল ৰূপে সম্পন্ন কৰাৰ বাবে বিভিন্ন দিশত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উক্ত কাৰ্য্যসূচীত জিলা বিজেপিৰ সভাপতি ৰঞ্জিত ৰায়,গৌৰীপুৰ মণ্ডলৰ বিষয়ববীয়াকে ধৰি মণ্ডল বিজেপিৰ কৰ্মকৰ্তা সকল উ