Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
Crimenews

পশ্চিম যোৰহাট: ৰাজতীয়া বুঢ়ানামঘৰত অবিৰত ভাগৱত পাঠৰ আৰম্ভ , ভক্তি ৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল

Jorhat West, Jorhat | Oct 4, 2025
ৰাজতীয়া বুঢ়ানামঘৰত অবিৰত ভাগৱত পাঠৰ আৰম্ভ। ভক্তি ৰসত বুৰ গৈছে সমগ্ৰ অঞ্চল । যোৰহাটৰ ৰাজতীয়া বুঢ়া নামঘৰত আৰম্ভ হৈছে শ্ৰী শ্ৰী অবিৰত ভাগৱত পাঠ । আজিৰ পৰা 11 অক্টোবৰলৈ অনুষ্ঠিত হব এই ভাগৱত পাঠ । চতুৰ্থ বৰ্ষৰ ভাগৱত পাঠ সমূহ ৰাজতীয়া গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৫৭৭ তম জন্মজয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে ।