দিছপুৰ: বেলতলা মেট্ৰিক্সক চিনেমা হ'লত ৪,২৫ মিনিটত প্ৰথম দৰ্শনী হয় জুবিন গাৰ্গৰ ৰৈ, ৰৈ বিনালে
বেলতলা মেট্ৰিক্সক চিনেমা হ'লত ৪,২৫ মিনিটত প্ৰথম দৰ্শনী হয় জুবিন গাৰ্গৰ ৰৈ, ৰৈ বিনালে । অভূতপূৰ্ব সহাৰি ৰাইজৰ। জুবিন গাৰ্গক সোৱৰি এতিয়াও ভীৰ কৰিছে জুবিন অনুৰাগী