মৰঙী: জুবিন গাৰ্গৰ ৰসহ্যজনক মৃত্যুৰ সমূচিত তদন্ত বিচাৰি গোলাগাটৰ মইনাপাৰাৰ অসমীয়া যুৱ মঞ্চৰ কান্দি কান্দি প্ৰতিবাদ
জুবিন গাৰ্গৰ ৰসহ্যজনক মৃত্যুৰ সমূচিত তদন্ত বিচাৰি গোলাগাটৰ মইনাপাৰাৰ অসমীয়া যুৱ মঞ্চৰ কান্দি কান্দি প্ৰতিবাদ। দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত গোলাঘাট মইনা পাৰত প্ৰতিবাদ। শ্যামকানু মহন্তক জেৰা চলোৱাৰ দাবী মইনাপৰীয়া ৰাইজৰ। জুবিন দা অমৰ হওক শ্ল’গানেৰে গৰ্জনাইছে ৰাজপথ।