Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সোণাৰি: লাকুৱাৰ ঐতিহাসিক আমলখি দেওশালত দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে

Sonari, Charaideo | Mar 8, 2024
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাকুৱা ৰঙাগড়াস্থিত ঐতিহাসিক আমলখি দেওশালত আজি এটি দক্ষতা বিকাশ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ টাই আহোম পৰম্পৰাৰে আধাৰশিলা স্থাপন কৰা এই দক্ষতা বিকাশ কেন্দ্ৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সাংসদ পুঁজিৰ ১০ লাখ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব ৷