ধুবুৰী ভাগ: চহৰত ধুবুৰী কনিষ্ঠ ছোৱালী মহাবিদ্যালয়ৰ নৱাগতা আদৰণি সভা
ধুবুৰী চহৰ স্থিত ধুবুৰী ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে নৱাগতা আদৰণি সভা অনুষ্ঠিত হয় । অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰা হয়। ইয়াৰ লগে লগে মায়াবিনী গীতৰে শিল্পী গৰাকীক শ্ৰদ্বা জনোৱা হয়। ৰাজহুৱা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কনিষ্ঠ মহাবিদ্যালয় খনৰ সাধাৰণ সম্পাদিকাই । আৰু আদৰণি ভাষণ আগবঢ়াই কনিষ্ঠ মহাবিদ্যাল