Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

ওদালগুৰি: বাবৰিখাট গাঁৱত অনুষ্ঠিত হয় ইউপিপিএল দলৰ নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো

Udalguri, Udalguri | Sep 16, 2025
জিলা খনৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টোটলাপাৰাৰ বাবৰিখাট গাঁৱত ইউপিপিএল দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত বিটিচিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়োয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থী গৰাকীক ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায়। ইপিনে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন ইএম দাউবাইচা বড়ো,ভিচিডিচিৰ অধ্যক্ষ স্থানীয় বিশিষ্ট ব্যক্তি, আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

MORE NEWS