মৰিগাঁও: তিৱা স্বায়ত্ব পৰিষদৰ ৯ নং ডমাল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডমাল ৰঙ্গমঞ্চত অনুষ্ঠিত হয় মুকলি সভা
সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত তিৱা স্বায়ত্ব পৰিষদৰ ৯ নং ডমাল পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডমাল ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱা " ৰাইজৰ পৰিষদ ৰাইজৰ বাবে " শীৰ্ষক মুকলি সভাত অংশগ্ৰহণ কৰি বিগত চাৰে চাৰিটা বছৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বিশেষ সহযোগিতাত পৰিষদ খনৰ প্ৰত্যেক গৰাকী পাৰিষদে কি দৰে সমৰ্পিত মনোভাৱেৰে পৰিষদৰ এলেকা সমূহ ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়ন তথা কল্যাণৰ বাবে সেৱা আগবঢ়াই আহিছে তাৰ বিষয়ে সভাত উপস্থিত ৰাইজক কৰে।এই মুকলি সভাখনত উপ