Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

আজাৰা: আনুষ্ঠানিকভাৱে পলাশবাৰী ৰাস মহোৎসৱৰ শুভ উদ্বোধন ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যৰ

আৰম্ভ হল পলাশবাৰী ৰাস মহোৎসৱ । আজিৰে পৰা ১৫ দিনীয়াকৈ পলাশবাৰীৰ ৭৯ তম ৰাস মহোৎসৱ । ৰাসৰ মুখ্যদ্বাৰ উন্মোচন কৰে ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই । ৫ নবেম্বৰ পৰা আৰম্ভ হোৱা পলাশবাৰীৰ ৰাস মহোৎসৱ সামৰণি পৰিব ১৯ নৱেম্বৰত ।