ধুবুৰী ভাগ: পৰ্বতঝোৰৰ বগৰীবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
আজি নিচেই পুৱাৰ ভাগত বিটিআৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজা পাৰা দ্বিতীয় খণ্ড গাঁৱৰ "লতিকা গেছ এজেঞ্চী"ৰ সমীপতে পথৰ দাঁতিত এটা মৃতদেহ উদ্বাৰ হোৱা ঘটনাই সমগ্ৰ বগৰীবাৰী অঞ্চলৰ তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে।