Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
कांग्रेस
मौत
बीजेपी
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी
Crimenews
Karnataka

বালিজানা: চহৰৰ আজাদ নগৰৰ কাটুৰী গুদাম ছীল বনবিভাগৰ,৩৮ কুইণ্টল কাটুৰী জব্দ

Balijana, Goalpara | Jun 14, 2026

MORE NEWS

ত্ৰিপুৰা সংবাদ 

আগৰতলা যান-বাহন আৰক্ষীৰ জৰিমনা বিহিলে টোটো চালক, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী!

আগৰতলা ৰেলৱে ষ্টেচনৰ পৰা ২ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত সৰবৰাহকাৰী

চিপিআইএম আৰু কংগ্ৰেছে বিভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰিছে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা
#nekhabar #tripura

ত্ৰিপুৰা সংবাদ আগৰতলা যান-বাহন আৰক্ষীৰ জৰিমনা বিহিলে টোটো চালক, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী! আগৰতলা ৰেলৱে ষ্টেচনৰ পৰা ২ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছসহ আটক কুখ্যাত সৰবৰাহকাৰী চিপিআইএম আৰু কংগ্ৰেছে বিভিন্ন সময়ত বিজেপি চৰকাৰক সমালোচনা কৰিছে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা #nekhabar #tripura

Balijana, Goalpara | Jul 19, 2026

👉 দুধনৈ বিধানসভা জনজাতি সমষ্টিত একে দিনাই কেইবাটাও উন্নয়নমূলক তথা যাতায়ত, গাওঁ পঞ্চায়তৰ নতুন ভৱন আৰু শিশু বিকাশৰ মডেল অঙ্গনৱাডী কেন্দ্ৰ আচঁনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ আৰু মুকলি কৰে বিধায়ক টংকেশ্বৰ ৰাভা ৷ 

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
#nekhabar #assam #goalpara #dudhnoi #bjp

👉 দুধনৈ বিধানসভা জনজাতি সমষ্টিত একে দিনাই কেইবাটাও উন্নয়নমূলক তথা যাতায়ত, গাওঁ পঞ্চায়তৰ নতুন ভৱন আৰু শিশু বিকাশৰ মডেল অঙ্গনৱাডী কেন্দ্ৰ আচঁনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ আৰু মুকলি কৰে বিধায়ক টংকেশ্বৰ ৰাভা ৷ গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন #nekhabar #assam #goalpara #dudhnoi #bjp

Balijana, Goalpara | Jul 19, 2026

ত্ৰিপুৰাত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ডিজিটেল লোকপিয়লৰ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ আৰু আগৰতলা পৌৰ নিগমৰ মেয়ৰে ঘৰৰ পৰাই তথ্য প্ৰদানৰ আহ্বান!
#nekhabar #tripura

ত্ৰিপুৰাত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ডিজিটেল লোকপিয়লৰ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ আৰু আগৰতলা পৌৰ নিগমৰ মেয়ৰে ঘৰৰ পৰাই তথ্য প্ৰদানৰ আহ্বান! #nekhabar #tripura

Balijana, Goalpara | Jul 18, 2026

গোৱালপাৰাৰ সিধাবাৰীত চুৰি কাণ্ড ঘটনা । 

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ সিধাবাৰীৰ প্ৰয়াত BSF সুচীল নাথৰ বাসগৃহত এই চুৰি কাণ্ড সংঘটিত হয় ৷ নিশা বাসগৃহত প্ৰয়াত সৈনিকৰ পত্নী জিন্তি নাথ সহ পৰিয়ালৰ লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে  ঘৰৰ তোলা ভাঙি লুটি নিলে সোণ-গহনাৰ লগতে নগদ ধন প্ৰায় ১৫,০০০ টকা ৷

গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
#nekhabar #assam #goalpara #matia #police

গোৱালপাৰাৰ সিধাবাৰীত চুৰি কাণ্ড ঘটনা । গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ সিধাবাৰীৰ প্ৰয়াত BSF সুচীল নাথৰ বাসগৃহত এই চুৰি কাণ্ড সংঘটিত হয় ৷ নিশা বাসগৃহত প্ৰয়াত সৈনিকৰ পত্নী জিন্তি নাথ সহ পৰিয়ালৰ লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ঘৰৰ তোলা ভাঙি লুটি নিলে সোণ-গহনাৰ লগতে নগদ ধন প্ৰায় ১৫,০০০ টকা ৷ গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন #nekhabar #assam #goalpara #matia #police

Balijana, Goalpara | Jul 18, 2026

■ হাজোৰ ৰাজাবজাৰ সাতদলাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ-

📌 কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ ৰাজাবজাৰ সাতদলাত  অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশক লৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

📌 হাজো কলিতাকুছিৰ চিভি ৰমন পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আখতাৰৰ নিৰুদ্দেশৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

📌 কোনো লোকে আখতাৰৰ সন্ধান পালে 60011-86012,88223-46870 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট
#nekhabar #assam #kamrup #hajo

■ হাজোৰ ৰাজাবজাৰ সাতদলাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ- 📌 কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অধীনস্থ ৰাজাবজাৰ সাতদলাত অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰ নিৰুদ্দেশক লৈ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 📌 হাজো কলিতাকুছিৰ চিভি ৰমন পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আখতাৰৰ নিৰুদ্দেশৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। 📌 কোনো লোকে আখতাৰৰ সন্ধান পালে 60011-86012,88223-46870 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপোৰ্ট #nekhabar #assam #kamrup #hajo

Balijana, Goalpara | Jul 18, 2026