বৰপেটা: বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ, বৰপেটা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বীৰ লাচিত সেনাৰ সদস্য কেইজনক
বৰপেটাত বীৰ লাচিত সেনাৰ তিনি সদস্যক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰা সদস্য কেইজন হৈছে শ্বহীদুল বৰুৱা, লিটন আলী, দীপাংকৰ তালুকদাৰ ৷ ইয়াৰে দীপাংকৰ তালুকদাৰ সাংগঠনিক সম্পাদক, লিটন আলী কাৰ্যালয় সম্পাদক, শ্বহীদুল বৰুৱা সদস্য। বৰপেটাৰ থলুৱা আতচবাজী শিল্পৰ উদ্যোগী সকলক দিছিল দাবী ধমকি। বৰপেটাৰ SSP ৰ নেতৃত্বত গ্ৰেপ্তাৰ সদস্য কেইজনক।