Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana

আজাৰা: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিমানবন্দৰ মুকলি কৰাৰ পূৰ্বে চুৰিৰ ঘটনা বিমানবন্দৰত

অহা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আহিব অসমলৈ । বিভিন্ন কাৰ্যসূচীৰ লগতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলটোও উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । তাৰ পূৰ্বে টাৰ্মিনেলৰ গুডামৰ পৰা যোৱা ৭ ডিচেম্বৰ দেওবাৰে পুৱতি নিশা ২১ লাখ টকাৰ সামগ্ৰী চুৰি হোৱাৰ ঘটনা সংঘটিত হৈছে ।
আজাৰা: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিমানবন্দৰ মুকলি কৰাৰ পূৰ্বে চুৰিৰ ঘটনা বিমানবন্দৰত - Azara News