ধুবুৰী ভাগ: গোলকগঞ্জত গৰাখহনীয়াৰ তাণ্ডৱ ৰাইজৰ মাজত হাহাঁকাৰ পৰিস্থিতি
ধুবুৰী জিলাৰ গংগাধৰ নৈৰ গৰাখহনীয়া। ভাঙিছে বহু লোকৰ সপোনৰ ঘৰ । এই দৃশ্য উত্তৰ মৰাগদাধৰ শিঙিমাৰী গাঁৱৰ। আগমনী ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও গংগাধৰ নৈৰ গৰাখহনীয়াৰ কৱলত। খবৰ লবলৈ সময় নাই স্থানীয় বিধায়ক লগতে জিলা প্ৰশাসনৰ।