দিছপুৰ: বিগত ৪ বছৰে আন্দোলনৰ পাছত এইবাৰ শিলসাকোত ঘৰ নিৰ্মান বাবে সাজু উচ্ছেদিত জনতাৰ
বিগত ৪ বছৰে আন্দোলনৰ পাছত এইবাৰ শিলসাকোত ঘৰ নিৰ্মান উচ্ছেদিত জনতাৰ। উচ্ছেদিত লোকক পাছ মিনিটৰ ভিতৰত অস্থায়ী ঘৰ খালি কৰাৰ নিৰ্দেশ আৰক্ষী প্ৰশাসনৰ।ইয়াকে লৈ উচ্ছেদিত লোকৰ মাজত উত্তেজনা। উচ্ছেদিত লোকক মাটিৰ বিনিময়ত মাটি দিবলৈ দাবী। বৃহৎ আৰক্ষী বাহিনীৰ লোকে অৰ্ধ শতাধিক মহিলাক টানি সূচৰাই লৈ যায়। টনা টানি কৰাত একাংশ মহিলাৰ গাৰ কাপোৰ খুলি যায়।