Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

গোলাঘাট: সৰুপথাৰত সংঘটিত মৰেল পুলিচগিৰী ঘটনাক ফৰকাটিংত তীব্ৰ গৰিহণা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনৰ

Golaghat, Golaghat | Aug 1, 2025
সৰুপথাৰত সংঘটিত মৰেল পুলিচগিৰী ঘটনাক শুক্ৰবাৰে বিয়লি প্ৰায় ৭ বজাত ফৰকাটিংত তীব্ৰ গৰিহণা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনৰ l দল সংগঠনৰ নেতাৰ উপস্থিতিত দুই কিশোৰৰ ওপৰত কৰা অকথ্য নিৰ্যাতনক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনে। লগতে আইনে আইনৰ বাত লৈ দুখী ব‍্যক্তিকেইজনক দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে আৰক্ষীৰ স্থিতি সন্দেহ জনক বুলি মন্তব্য অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকনৰ।

MORE NEWS