বালাজান ৰাজীৱ ভৱনত মহিলা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, বল্ক মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাধাৰণ সম্পাদককে ধৰি মহিলা কংগ্ৰেছ কৰ্মী সকল উপস্থিত থাকে ৷ উক্ত সভাত সমাগত বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে সাংগঠনিক দিশত আলোচনা কৰা হয় । ইপিনে সেৱা দল মণ্ডল কমিটি আৰু মহিল