ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে ধুবুৰী চহৰত প্ৰদেশ কংগ্ৰেছৰ সদস্য তথা ধুবুৰী সমষ্টিৰ পৰা কংগ্ৰেছৰ দলৰ টিকটৰ দাবীদাৰ আবু তাহেৰ আলী বেপাৰীৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। ইপিনে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো অঞ্চলৰ কংগ্ৰেছ কৰ্মী তথা ৰাইজক সম্বৰ্ধনা জনোৱাৰ লগতে আৰু তেখেতৰ লগত আগন্তুক অসম বিধান সভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰে। .