Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
रेलवे
Coronavirus
कांग्रेस
बीजेपी
Congress
Modi
Delhi
Viral
Dm
Rajasthan
Bollywood
Patna
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
जिलाधिकारी

ৰঙিয়া ভাগ: ৰঙিয়াত কৃত্রিম বানৰ কবলত শ শ বিঘা কৃষি ভূমি,সংকটত শতাধিক কৃষক, বিগত ২মাহ ধৰি সমস্যাত কৃষক ৰাইজ #jansamasya

Rangia Part, Kamrup | Aug 11, 2025
ৰঙিয়াত কৃত্রিম বানৰ কবলত শ শ বিঘা কৃষি ভূমি। সংকটত কৃষকৰ জীৱিকা। ৰঙিয়াৰ উদিয়ানা, ভাতকুছি, কেকোৱাহাটী আৰু গৰিয়াকোঠৰ শতাধিক কৃষকৰ জীৱন-জীৱিকা সংকটত। সোমবাৰে ভুক্তভোগী কৃষক ৰাইজে জনালে সংবাদ মাধ্যমৰ আগত। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে নিৰ্মিত কেইবাখনো দলঙৰ কাষত নিৰ্মিত বৃহৎ দেৱালৰ বাবে সমস্যাত কৃষক ৰাইজ।

MORE NEWS