ধুবুৰী ভাগ: সমাগত বিটিএডি নিৰ্বাচন সন্দৰ্ভত পৰ্বতঝোৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ইমান টকা বি টি চি চৰকাৰক প্ৰদান কৰা সত্ত্বেও বি টি চিত এতিয়াও উন্নয়ন স্থবিৰ হৈ আছে । কাৰণ চৰাকাৰে প্ৰদান কৰা আঁচনি সমুহৰ সৰহ ভাগেই মধ্যভোগী দালালৰ পেটত সোমায়। সেই বাবে মুখ্য মন্ত্ৰী গৰাকীয় ট্টিপুল ইঞ্জিনৰ চৰকাৰ গঠন কৰিবলৈ ৰাইজলৈ আহ্বান জনায় । যদি ৰাইজে এইবাৰ বি টি চিত বি,জে, পি দলক চৰকাৰ গঠন কৰিবলৈ সুবিধা প্ৰদান কৰে তেনেহল