দিছপুৰ: জুবিন ক্ষেত্ৰলৈ আহিল বাংলাদেশ চৰকাৰৰ প্ৰতিনিধি, বাংলাদেশৰ উপ উচ্চ আয়ুক্ত প্ৰীতি ৰহমান
জুবিন ক্ষেত্ৰলৈ আহিল বাংলাদেশ চৰকাৰৰ প্ৰতিনিধি, বাংলাদেশৰ উপ উচ্চ আয়ুক্ত প্ৰীতি ৰহমান। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বাংলাদেশৰ উপ উচ্চ আয়ুক্তৰ।জুবিন গাৰ্গৰ মৃত্যুত বাংলাদেশতো শোকৰ ছাঁ পৰিছে।