ওদালগুৰি: দেওবাৰে পুৱা ১০বজাৰ পৰা আবেলি ৪বজালৈ টংলাৰ জলাহত জুবিন গাৰ্গৰ এমহীয়া অনুষ্ঠান অনুষ্ঠিত
দেওবাৰে দিনৰ ১০বজাৰ পৰা আবেলি ৪বজালৈ টংলাৰ জলাহত জুবিন গাৰ্গৰ এমহীয়া অনুষ্ঠান অনুষ্ঠিত ।ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত জলাহস্থিত দাপোন দ্য মিৰৰ আৰু জুবিন গাৰ্গ ফেন ক্লাব, টংলাৰ উদ্যোগত আয়োজিত অনুষ্ঠানত হিমাংগী ৰাভা আৰু লহৰ ৰাভাই স্মৃতিসৌধ উন্মোচন কৰে।স্মৃতিসৌধ উন্মোচনী আৰু এমহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ আৰ্টিষ্ট ফৰাম এণ্ড চেকেটাৰী চিএম ফাউণ্ডেছন উপদেষ্টা তথা জনপ্ৰিয় কণ্ঠশিল্পী অশোক চনাম,নৰ্থ ইষ্ট আইডলৰ শেয়াৰ পাৰচন