Public App Logo
Jansamasya
National
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

দুধনৈ: দূধনৈ জনমন্দিৰত ই ৰিক্সা সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়

Dudhnai, Goalpara | Sep 17, 2025
দূধনৈ জনমন্দিৰত ই ৰিক্সা সন্থাৰ উদ্যোগত বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৷ দুধনৈত পুৱাৰে পৰা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, গাড়ীৰ গ্ৰেৰেজ, উদ্যোগত পূজা উদযাপন কৰিছে ৷ এক আধ্যত্মিকতা, উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷এয়া দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুধনৈ ই-ৰিক্সা মালিক আৰু চালক কল্যাণ সন্থা এক উখল মাখল পৰিৱেশেৰে আয়ােজন কৰিছে বিশ্বকৰ্মা পূজা ৷ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী তথা দিহানাম, থিয় নাম প্ৰসংগৰে পূজা অৰ্চনা কৰে।

MORE NEWS