মানকাচৰ: হাটশিঙিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত অধ্যক্ষৰ সংবাদ মেল
সোমবাৰে আবেলি ৫ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয় অধ্যক্ষ ড° ছাহেৰ আলীৰ সংবাদ মেল। উল্লেখ্য যে আজি দুপুৰীয়া সময়ত হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ নেতৃত্বত প্ৰায় দূই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যক্ষ ছাহেৰ আলীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।