Public App Logo
Jansamasya
���ादसा
News
Bjp
National
Bihar
���ीजेपी
���िधायक
Congress
Modi
Delhi
Viral
Jharkhand
Rajasthan
���मित_शाह
Breakingnews
Narendramodi
Nitishkumar
Madhya_pradesh
Pmmodi
Rahulgandhi
���रियाणा
Haryana
Crimenews
Nda
School
Cbi
Mathura
Fatehpur
Jodhpur

নগৰবেৰা: নগৰবেৰাৰ জামলাই চেনীমাৰাত প্ৰাইজমাণী নাও খেল প্ৰতিযোগিতা,১২ খনকৈ খেলুৱৈ নাওৰ অংশগ্ৰহণ

Nagarbera, Kamrup | Sep 14, 2025
দেওবাৰে নগৰবেৰাৰ জামলাই চেনীমাৰাত প্ৰাইজমাণী নাও খেল প্ৰতিযোগিতা। চেনীমাৰা যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে প্ৰতিযোগিতামূলক পৰম্পৰাগত খেলখন। নগৰবেৰাৰ বিভিন্ন গাওঁৰ ১২ খনকৈ খেলুৱৈ নাওয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত ৷ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰাৰ স্বাৰ্থতেই অনুষ্ঠিত কৰিছে খেলখন ৷
নগৰবেৰা: নগৰবেৰাৰ জামলাই চেনীমাৰাত প্ৰাইজমাণী নাও খেল প্ৰতিযোগিতা,১২ খনকৈ খেলুৱৈ নাওৰ অংশগ্ৰহণ - Nagarbera News