মৰিগাঁও: জিলাৰ মাজমজিয়াত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী পালন
সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী পালন ।সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী ,মৌলবাদীক উৎসাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰবজন সমস্যাৰ সমাধানৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়।লগতে আৰু বহু কেইটা দাবীৰে এই বিক্ষোভ কাৰ্যসূচী পালন কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই ।