মাৰ্ঘেৰিটা: ডিগবৈ গোলাইত পথৰ কাষত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ
মঙ্গলবাৰে পুৱা প্ৰায় ৬ মান বজাত ডিগবৈ গোলাইত পথৰ কাষত এটা মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃতদেহটো ১ নং গোলাই ৰ ২৫ বছৰ বয়সৰ যুৱক বিজয় মাল্লা বুলি জানিবলৈ পৰা গৈছে । যোৱাকালি ৰাতিপুৱাই কামত যাওঁ বুলি ঘৰৰ পৰা ওলাই আহি ঘৰলৈ যোৱা নাছিল যুৱক জনে । প্ৰাত: ভ্ৰমণ কৰিবলৈ যোৱা লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। উক্ত স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহতো মৰণোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ