সাপেখাতী: পূব নলবৰীয়া আতু গ্ৰামত মাঝি খুনতি স্থাপন,অংশগ্ৰহণ কৰে চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ
পূব নলবৰীয়া পূৰ্বাঞ্চল আতু গ্ৰামত দেওবাৰে ১১-৩০বজাত মাঝি থানৰ মাঝি খুনতি চাওঁতালী জনগোষ্ঠীৰ মাংগলিক নীতি-নিয়মে স্থাপন কৰা হয়। খুনটি স্থাপন অনুষ্ঠানত চাওঁতাল উন্নয়ন সন্থা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ, মাঝিবাবা চামলাল মূৰ্মুৰ, মাঝিবাবা মংলা হেমৰম,এছু বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক যতীন মূৰ্মুৰ প্ৰমুখ্যে কেইবাজনো চাওঁতালী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।