কৃত্ৰিম বানত জলমগ্ন মথুৰাপুৰ অঞ্চল।যোৱা নিশাৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ কবলত মথুৰাপুৰৰ বিভিন্ন অঞ্চল।কৃত্ৰিম বানপানীৰ ফলত মথুৰাপুৰৰ কেইবাটাও অঞ্চলৰ ৰাইজ ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।কৃত্ৰিম বানে বুৰালে মথুৰাপুৰ ধোদৰ আলিৰ লগতে নাজিৰা সমষ্টিৰ চুকাফা গাওঁ পঞ্চায়ত আৰু চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিমনাগড় গাওঁ পঞ্চায়ত।দুয়োটা সমষ্টিৰ চুকাফা আৰু নিমনাগড় গাওঁ পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰ বিৰছা নগৰ, মথুৰাপুৰ ১০১ নং গ্ৰাণ্ট, মথুৰাপুৰ ভকত